যোৰাবাট আৰক্ষীৰ পুৱতি নিশা বৃহৎ অভিযান!

আটক হ'ল তিনি দুৰ্ধৰ্ষ পথদস্যু

নিউজনেষ্ট,২৪ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ বিগত কিছুদিন ধৰি যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা বাহনত লুটপাত চলাই সন্ত্ৰাস সৃষ্টি কৰিছিল আহিছিল এই ডকাইতৰ দলটোৱে। ধৃত ডকাইতকেইটা যোৰাবাটৰ আমতলাবস্তী আৰু পোন্ধৰ মাইলৰ হৰিশ চন্দ্ৰ দেৱ বৰ্মন, লক্ষণ দাস আৰু ভগত কলিতা। ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে ডকাইতিৰ বাবে ব্যৱহৃত বিভিন্ন ৰেঞ্চ, স্কুড্ৰাইভাৰ, দুটা ম’বাইল আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে।

এনেধৰণৰ আন বাতৰিসমূহ