যোৰাবাট আৰক্ষীৰ সফল অভিযান!

নিউজনেষ্ট,১৪ মাৰ্চ ২০২৩,নিউজডেস্কঃ যোৰাবাট আৰক্ষীৰ সফল অভিযান।

সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১৪ মাইলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা আৰু বিলাতী সুৰা।

গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১৫ কেজি গাঞ্জা আৰু ১,০২৩ টা বিলাতী সুৰাৰ বটল।

আটক কৰিলে দোকানৰ স্বতাধিকাৰী এগৰাকী মহিলাক।

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা মহিলাগৰাকীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সুৰা আৰু গাঞ্জাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ।

এনেধৰণৰ আন বাতৰিসমূহ