লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক জেললৈ প্রেৰণ!

নিউজনেষ্ট, ২৩ মাৰ্চ ২০২৩, নিউজডেস্কঃ বৰপেটাৰ লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক জেললৈ প্রেৰণ।

  • মঙলবাৰে মন্দিয়াৰ নিজ গৃহৰ পৰা গ্রেপ্তাৰ কৰিছিল ৰিতুলক।
  • বুধবাৰে বৰপেটাৰ মুখ্য ন্যায়িক আদালতত হাজিৰ কৰিছিল হুছেইনক।
  • আদালতে অভিযুক্ত ৰিতুল হুছেইনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।
  • অভিযোদ অনুসৰি এগৰাকী যুৱতীক অপহৰণ কৰিছিল ৰিতুল হুছেইনে।
  • যুৱতী গৰাকীক লাভ জেহাদৰ বাবে বাধ্য কৰিছিল ৰিতুল হুছেইনে।
  • যুৱতীগৰাকীয়ে মঙলবাৰে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰিছিল।
  • তাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল ৰিতুল।
এনেধৰণৰ আন বাতৰিসমূহ