সোণাপুৰত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ!

নিউজনেষ্ট,১৩মাৰ্চ ২০২৩,নিউজডেস্কঃ] সোণাপুৰত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ।

সোণাপুৰত শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু SEBA ৰ অধ্যক্ষ ৰমেশ জৈনৰ প্ৰতিমূৰ্তি দাহ কৰে ডিমৰীয়া আছুৱে।

HSLC ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বিৰুদ্ধে AASU ৰ উত্তাল প্ৰতিবাদ।

ৰনোজ পেগু হাই হাই, ৰনোজ পেগু পদত্যাগ কৰক, ৰমেশ জৈনৰ কাম নাই , অসম চৰকাৰ হাই হাই আদি বিভিন্ন শ্লগানেৰে প্ৰতিবাদ কৰে আন্ত ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই।

এনেধৰণৰ আন বাতৰিসমূহ