সোণাপুৰত গ্ৰেপ্তাৰ ১০ জনকৈ অবৈধ স্বামী।

নিউজনেষ্ট ০৩ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ সোণাপুৰত গ্ৰেপ্তাৰ ১০ জনকৈ অবৈধ স্বামী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে অবৈধ স্বামীৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীৰ অভিযান। সোণাপুৰ আৰক্ষীয়ে নিশাৰ ভাগত আটক কৰে ১০ জনকৈ অবৈধ স্বামী। আটক কৰা লোককেইজন সোণাপুৰ চামতা আৰু কচুতলিৰ চামচোৰ আলি,হাৰিফ আলি,চাইদুল ইছলাম,বদৰুল হুচেইন,জাকিৰ উদ্দীন, মুক্তাৰ আলি,মোকবুল হুচেইন,চাতাৰ বাৰিক  ,জেইৰোল হক , চাণ্ড মিঞা  ৷ইপিনে ক্ষেএী আৰক্ষীয়ে এজন অবৈধ স্বামী আটক কৰিবলৈ সক্ষম হৈছে।

এনেধৰণৰ আন বাতৰিসমূহ