ৰহা টোলগেটৰ কৰ্মচাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ!

নিউজনেষ্ট, ০১ মাৰ্চ ২০২৩,নিউজডেস্কঃ ৰহা টোলগেটৰ কৰ্মচাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।

 

টোলগেটৰ কৰ্মচাৰীৰ প্ৰহাৰত আহত ৩গৰাকী লোক।

এখন বাহনৰ যাত্ৰীয়ে ৰছিদ বিচৰাক লৈ তৰ্কাতৰ্কি।

 

তাৰ পিছতে টোলগেটৰ কৰ্মচাৰীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ।

 

আহত মৌলানা ফাৰুক আহমেদ, মোস্তাফা আহমেদ আৰু ৰায়হান আহমেদ।

 

তিনিওৰে ঘৰ হোজাইত।

আহত তিনিওগৰাকীকে লৈ যোৱা হৈছে নগাঁও অসামৰিক চিকিৎসালয়লৈ।

এনেধৰণৰ আন বাতৰিসমূহ