নিউজনেষ্ট, ২১ মাৰ্চ ২০২৩, নিউজডেস্কঃ হাজোৰ কেদাৰ মন্দিৰত অঘটন।
- শিৱ কুণ্ডৰ পুখুৰীত মাছ, ৰাজহাঁহৰ অস্বাভাৱিক মৃত্যু
- পুখুৰীৰ পানীত বিষক্রিয়া ঘটাৰ সন্দেহ মন্দিৰ কৰ্তৃপক্ষৰ
- জানিবলৈ দিয়া অমনুসৰি, ইতিমধ্যে সংগ্রহ কৰা হৈছে পুখুৰীৰ পানীৰ নমুনা।
নিউজনেষ্ট, ২১ মাৰ্চ ২০২৩, নিউজডেস্কঃ হাজোৰ কেদাৰ মন্দিৰত অঘটন।