আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন

আমেৰিকাৰ ভাগ্য নিৰ্ধাৰণ কৰিব আজি আমেৰিকাবাসীয়ে

46 সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন বাবে আজি চলিল ভোটগ্ৰহণ। কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি, DONALD TRUMP নে JOE.BIDEN? দুয়োজন নেতাই ৰাইজৰ ওচৰত নিজ নিজ ভাষণ তথা প্ৰতিশ্ৰুতি জ্ঞাপন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে ভাৰত-আমেৰিকাৰ মিত্ৰতা কোন দিশলৈ লৈ যায় সেয়া হ’ব লক্ষণীয় বিষয়।

americaelectionpresident
Comments (0)
Add Comment