চলন্ত বাছত জুই!

নিউজনেষ্ট, ২২ মাৰ্চ ২০২৩, নিউজডেস্কঃ

চলন্ত বাছত জুইৰ সন্ত্ৰাস।

দাউ দাউকৈ জ্বলি উঠিল এখন বাছ।

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা।

বৰপেটা দিশৰ পৰা গুৱাহাটীলৈ যোৱা বাছত সংঘটিত এই ঘটনা।

এনেধৰণৰ আন বাতৰিসমূহ