নগাঁৱত অৱসৰ প্ৰাপ্ত সেনা বিষয়াৰ প্ৰতিবাদী কাৰ্যসূচী।

নিউজনেষ্ট, ০৩ এপ্ৰিল ২০২৩, নিউজডেস্কঃ নগাঁৱত অৱসৰ প্ৰাপ্ত সেনা বিষয়াৰ প্ৰতিবাদী কাৰ্যসূচী।

 

One Rank One Pension ৰ বিসংগতি সমূহ দূৰীকৰণৰ বাবে এই প্ৰতিবাদ।

 

One Rank One Pension ৰ বাবে অৱসৰ প্ৰাপ্ত সেনা বিষয়া সকলে দিল্লীৰ যন্তৰ-মন্তৰত ৪৫ দিন ধৰি ধৰ্ণা দি আছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।

 

প্ৰথম পে পেঞ্চনৰ সকলো সুবিধা আৰ্মী বিষয়া সকলে লৈ আছে।

 

প্ৰথম পে কমিছনৰ পৰা ধৰি সপ্তম পে কমিছন সমূহৰ ভিতৰত কেৱল মাত্ৰ ১% কমিছন হে প্ৰাক্তন সেনা বিষয়া সকলে লাভ কৰিছে বুলি মন্তব্য আগবঢ়াই প্ৰাক্তন সেনা বিষয়া হেমন্ত দেউৰীয়ে।

 

প্ৰতিবাদী প্ৰাক্তন সেনা বিষয়া সকলে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ ষ্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

এনেধৰণৰ আন বাতৰিসমূহ