ডায়ুনৰ পৰা অপহৰণ কৰা কুই’পৰ দুই বিষয়াক মুক্তি আলফা স্বাধীনৰ

  • অৰুণাচলৰ ডায়ুনৰ পৰা অপহৰণ কৰা কুই’পৰ দুই বিষয়াক মুক্তি আলফা স্বাধীনৰ।
  • ভাৰত-ম্যানমাৰ সীমান্তত মুকলি কৰি দিছে দুয়ােজনকে।
  • ডায়ুনৰ খুমচাই-খা অঞ্চলত কুই’প নামৰ অইল ইণ্ডিয়াত কাম কৰা এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানত নিয়োজিত বিষয়া দুজনক অপহৰণ কৰিছিল আলফা স্বাধীন আৰু NSCNএ।
এনেধৰণৰ আন বাতৰিসমূহ