নিউজনেষ্ট, ২৪ মাৰ্চ ২০২৩, নিউজডেস্কঃমেট্রিকৰ পৰীক্ষাক লৈ ছেবাৰ নির্দেশনা।
- বিজ্ঞান আৰু অসমীয়া পৰীক্ষা সন্দর্ভত এই নির্দেশনা।
- প্রশ্নকাকতৰ টোপোলা গ্রহণ কৰিব থানাৰ ভাৰপ্রাপ্ত বিষয়াই।
- কেন্দ্র তত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্রশ্নকাকত।
- SEBA নিয়োজিত বিষয়াই উভতি আহোতে লৈ আহিব অব্যৱহৃত নথি।
- মেট্রিকৰ পৰীক্ষাক লৈ SEBAৰ নির্দেশনা।