নিউজনেষ্ট, ২৩ মাৰ্চ ২০২৩, নিউজডেস্কঃ বৰপেটাৰ লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক জেললৈ প্রেৰণ।
- মঙলবাৰে মন্দিয়াৰ নিজ গৃহৰ পৰা গ্রেপ্তাৰ কৰিছিল ৰিতুলক।
- বুধবাৰে বৰপেটাৰ মুখ্য ন্যায়িক আদালতত হাজিৰ কৰিছিল হুছেইনক।
- আদালতে অভিযুক্ত ৰিতুল হুছেইনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।
- অভিযোদ অনুসৰি এগৰাকী যুৱতীক অপহৰণ কৰিছিল ৰিতুল হুছেইনে।
- যুৱতী গৰাকীক লাভ জেহাদৰ বাবে বাধ্য কৰিছিল ৰিতুল হুছেইনে।
- যুৱতীগৰাকীয়ে মঙলবাৰে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰিছিল।
- তাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল ৰিতুল।