মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে REPUBLIC TV ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক

মুম্বাই আৰক্ষীৰ এটা দলে তেওঁৰ ঘৰত উপস্থিত হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। কি কাৰণত গ্ৰেপ্তাৰ কৰা হয় এতিয়ালৈ ৰহস্যৰ আৱৰ্তত।

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে REPUBLIC TV ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক। মুম্বাই আৰক্ষীৰ এটা দলে তেওঁৰ ঘৰত উপস্থিত হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। কি কাৰণত গ্ৰেপ্তাৰ কৰা হয় এতিয়ালৈ ৰহস্যৰ আৱৰ্তত।আদালতৰ কোনো ধৰণৰ চমন জাৰি নকৰাকৈ অতি ৰহস্যভাৱে আজি পুৱা তেওঁক বলপূৰ্বক ভাৱে ঘৰৰ পৰা উলিয়াই আনে।

আদালতৰ আগতিয়া চমন নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা হয় অৰ্ণৱ গোস্বামীক।তেওঁৰ পত্নীয়ে জানিবলৈ দিয়ে যে  অৰ্ণৱ গোস্বামী কিছু অসুস্থ আছিল।পুৱা ৮মান বজাত কোনো খবৰ নোপোৱালৈ আৰক্ষীৰ দল আৰু ENCOUNTER COP SACHIN WAJ ঘৰত প্ৰৱেশ কৰে।তেওঁৰ পৰিয়ালৰ লোক সকলক বলপূৰ্বকভাৱে গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ পৰা কিছুমান DOCUMENT ত চহী লয়।২০১৮ চনৰ এটা আত্মহত্যাৰ গোচৰৰ ভিত্তিত আজি মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৰ্ণৱ গোস্বামীক।

এনেধৰণৰ আন বাতৰিসমূহ