FRANCE ৰ মুছলমান বিৰোধী পদক্ষেপৰ বাবে জাঙুৰ খাই উঠিছে ইছলামিক দেশ

FRANCE ত ইছলাম বিৰোধ কৰাৰ পিছতে আফ্ৰিকাত DRONE ৰ সহায়ত ৫০ জন সন্ত্ৰাসবাদী হত্যা

FRANCE ৰ মুছলমান বিৰোধী পদক্ষেপৰ বাবে জাঙুৰ খাই উঠিছে ইছলামিক দেশবোৰ। FRANCE ত ইছলাম বিৰোধ কৰাৰ পিছতে আৰু আফ্ৰিকাত DRONE সহায়ত ৫০ জন সন্ত্ৰাসবাদী হত্যা কৰাৰ ফলত অলকাইডাৰ ভিতৰচ’ৰাত ক্ষোভৰ সৃষ্টি হৈছে।ফলত FRANCE ৰ লগতে অষ্টীয়াত সন্ত্ৰাসবাদীৰ আক্ৰমণ জনিত ঘটনা সংঘটিত হয়। FRANCE ত ইছলাম তথা সন্ত্ৰাসবাদক দেশখনত সম্পূৰ্ণৰুপে নোহোৱা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। FRANCE ৰ এই পদক্ষেপত সমগ্ৰ বিশ্বত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

ভাৰতৰ FRANCE ক সমৰ্থনে ভাৰততো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ তীব্ৰ আশংকা কৰা হৈছে।দীপাৱলীৰ সময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্দেহ প্ৰকাশ কৰা হৈছে।যাৰ বাবে DELHI,MUMBAI ত জৰুৰীকালীন ভাৱে POLICE তথা সেনা নিয়োগ কৰা হৈছে। MUMBAI, DELHI AIRPORT,DELHI ৰ MARKET AREA বোৰতো সম্পূৰ্ণৰূপে সাৱধানতা অৱলম্বন কৰা হৈছে।26/11 ৰ ঘটনা পুনৰ নহ’বলৈ তৎপৰ হৈ উঠিছে ভাৰত চৰকাৰ।কিন্ত কথা হয় FRANCE ৰ এই পদক্ষেপৰ বাবে বাংলাদেশত থকা হিন্দু সকল কিয় প্ৰতাৰিত হ’ব লগা হ’ল ? ভাৰতে FRANCE ক সমৰ্থন কৰাৰ বাবেই ইছলামীক দেশবোৰত থকা ভাৰতীয় সকলৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছে নেকি?

এনেধৰণৰ আন বাতৰিসমূহ