২০২১ চনত সৃষ্টি হব অভাৱনীয় পৰিৱেশ ! বাবা ভাংগাৰ ভবিষ্যতবাণী !

গৰাকী মহিলাৰ ভবিষ্যতবাণীত সম্প্ৰতি আতংকিত হৈ পৰিছে বিশ্ববাসী। ১৯৯৬ চনৰ পূৰ্বে এই গৰাকী মহিলাই কৰিছিল কিছুমান ভবিষ্যতবাণী তাৰ বেছিভাগেই এতিযা সত্য প্ৰমাণিত হৈছে।

২০২১ চনত সৃষ্টি হব অভাৱনীয় পৰিৱেশ ! বাবা ভাংগাৰ ভবিষ্যতবাণী ! কোন এইগৰাকী বাবা ভাংগা ? এগৰাকী মহিলাৰ ভবিষ্যতবাণীত সম্প্ৰতি আতংকিত হৈ পৰিছে বিশ্ববাসী। ১৯৯৬ চনৰ পূৰ্বে এই গৰাকী মহিলাই কৰিছিল কিছুমান ভবিষ্যতবাণী তাৰ বেছিভাগেই এতিযা সত্য প্ৰমাণিত হৈছে। ছভিযেত ৰাছিয়াৰ ভংগ ৰাণী দাইনাৰ মৃত্যু, World trade center ত হােৱা সন্ত্ৰাসবাসীৰ আক্ৰমণ,২০০৪ চনত ভাৰত মহাসাগৰত হােৱা চুনামী এই সকলােবােৰ সচা প্ৰমাণিত হােৱাৰ পিছত এতিয়া চৰ্চালৈ আহিছে এইগৰাকী মহিলাৰ ভবিষ্যতবাণী। পিছে কোন এইগৰাকী মহিলা ? ১৯১১ চনৰ ১১ জানুৱাৰীত বােলগেৰিত জন্ম গ্ৰহণ কৰিছিল এইগৰাকী মহিলাই। যাৰ নাম গােছটেৰােভা৷ যাক বাবা ভংগ বুলি জনা যায়। মহিলাগৰাকী এ কৰা ভবিষ্যতবাণীৰ পিছত এতিয়া আচৰিত হৈ পৰিছে বিজ্ঞানী মহলেও। যাক লৈ আৰম্ভ হৈছে গৱেষনা। এই ভবিষ্যতবাণী সন্দৰ্ভত বিভিন্ন আন্তঃ ৰাষ্টীয় সংবাদ মাধ্যমত প্ৰকাশ পােৱা মতে ১২ বছৰ বয়সত গােছটেৰােভা আবদ্ধ হৈ পৰিছিল ধুমুহাৰ মাজত আৰু তেতিয়াই স্মৃতি শক্তি হেৰুৱাই অজ্ঞান হৈ পৰিছিল টেৰােভা। সেই অজ্ঞান হােৱাই যেন আছিল গােছটেৰােভাৰ এক বিশেষ শক্তি আৰু লাভ কৰিছিল এক ঐছৰিক শক্তি। যাৰ লগে লগে এটাৰ পিছত আন এটা বাবা ভাংগাই কৰি গৈছিল ভবিষ্যতবাণী। ৫০৭৯ চনলৈকে বিভিন্ন ভবিষ্যতবাণী কৰি বাবা ভাংগাই কৈছিল যে ৫০৭৯ চনত ধ্বংস হব পৃথিৱী ২০২১ চনত ইউৰােপত হব ৰাসায়ণিক আক্ৰমণ বিশ্ব শাসন চিনে,সৰ্ব্বচ্চ হাৰত বৃদ্ধি পাব হিংসা,ক্ষতিগ্ৰস্থ হব ইউৰােপৰ অৰ্থব্যৱস্থা,হ্ৰাস পাব প্ৰেট্ৰলৰ উৎপাদন ২০২১ চনত হত্যা কৰা হব ৰাছ্যিাৰ ৰাষ্টপতি পুতিনক,ৰাছ্যিাৰ আশে পাশে পৰিব এটা বৃহৎ উল্কাপিণ্ড আদি৷ এতিয়া মাথাে সময়ে কব কিমান সচাঁ হব বাবা ভাংগাৰ এই ভবিষ্যতবাণী।

এনেধৰণৰ আন বাতৰিসমূহ