সোণাপুৰত শিল্পী দিৱস পালন

শিল্পী দিৱস উপলক্ষে, সোণাপুৰ সাহিত্য সভা, আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিমৰীয়া শিল্পী সমাজৰ উদ্যোগত সোণাপুৰ সাহিত্য সভা ভৱনৰ প্ৰাংগনত আয়োজন কৰা হয় শিল্পী দিৱস প্ৰথমে স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটিত তিনিগৰাকীকৈ বৰেণ্য ব্যক্তিৰ আবক্ষ মূৰ্তি উন্মোচন কৰা হয়। আনহাতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰকলা প্ৰদৰ্শনী লগতে আৰম্ভ হ’য় ছাত্ৰ-ছাত্ৰীৰ মাজত জ্যোতি সংগীত প্ৰতিযোগিতাকে ধৰি অন্যান্য কাৰ্য্যসূচী সমূহ।

এনেধৰণৰ আন বাতৰিসমূহ