অসমৰ জনপ্ৰিয় পৰ্যটনস্থলী বগামাটিত আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

  • অসমৰ জনপ্ৰিয় পৰ্যটনস্থলী বগামাটিত উদ্ধাৰ অৰ্ধলক্ষাধিক টকাৰ অবৈধ সুৰা।
  • বগামাটিত আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। প্ৰকৃতিৰ ৰম্যভূমী পৰ্যটনস্থলী বগামাটিত উদ্ধাৰ অবৈধ সুৰাৰ ভাণ্ডাৰ।
  • বগামাটি পৰ্যটন স্থলীত তামুলপুৰ ৰাজহ চক্ৰ বিষয়া নাগ্ৰীজুলি আৰু শুৱাগপুৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ হ’ল বৃহৎ পৰিমানৰ অবৈধ সুৰা।
  • জব্দকৃত সুৰাৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা।
  • স্থানীয় ৰাইজৰ দিৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনায় তামুলপুৰ চক্ৰ বিষয়া, আৰক্ষী প্ৰশাসনে এই ব্যৱস্থা হাতত লয় ।
  • ভৱিষ্যতে বগামাটিত অবৈধ ভাবে সুৰা বিক্ৰি নকৰিবলৈ প্ৰসাশনে ব্যৱসায়ী সকলক সকীয়নি প্ৰদান কৰে।
এনেধৰণৰ আন বাতৰিসমূহ